Productsসৌৰ সামগ্ৰী
The components behind a reliable solar system.এক নিৰ্ভৰযোগ্য সৌৰ প্ৰণালীৰ প্ৰধান উপাদানসমূহ।
A solar system is only as good as its parts — and how they're matched. Here's what each component does and what to look for when comparing options.এটা সৌৰ প্ৰণালীৰ সফলতা ইয়াৰ উপাদান আৰু সঠিক সংযোজনৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰতিটো উপাদানে কেনেকৈ কাম কৰে আৰু কেনেকৈ সঠিক সামগ্ৰী বাছি ল'ব তলত চাওক।
Browseবিকল্পসমূহ
Solar components.সৌৰ প্ৰকল্পৰ উপাদানসমূহ।
Seven core components.সৌৰ প্ৰণালীৰ সাতটা প্ৰধান উপাদান।
PanelsপেনেলSolar Panelsসৌৰ পেনেল
The modules that generate powerসৌৰ শক্তি উৎপাদন কৰা মডিউলসমূহ
Invertersইনভাৰ্টাৰSolar Invertersসৌৰ ইনভাৰ্টাৰ
Convert DC to usable AC powerডিচি বিদ্যুতক ব্যৱহাৰযোগ্য এচিলৈ ৰূপান্তৰ কৰে
BatteriesবেটাৰীSolar Batteriesসৌৰ বেটাৰী
Store solar for later useসৌৰ শক্তি সঞ্চয় কৰি ৰাখক
Structuresষ্ট্ৰাকচাৰMounting Structuresমাউণ্টিং ষ্ট্ৰাকচাৰ
Hold panels safely on your roofছাদত পেনেলসমূহ সুৰক্ষিতভাৱে ধৰি ৰাখে
CablesকেবলSolar Cablesসৌৰ কেবল
DC and AC wiring, connectorsডিচি আৰু এচি ৱায়াৰিং তথা সংযোগকাৰী
Protectionসুৰক্ষাACDB / DCDBএচিডিবি / ডিচিডিবি
Distribution and protection boxesবিদ্যুৎ বিতৰণ আৰু সুৰক্ষা বক্স
Encapsulationএনকেপচুলেশ্বনEVA Sheetইভিএ শ্বীট
Encapsulation for solar cellsসৌৰ কোষসমূহৰ সুৰক্ষামূলক আৱৰণ
Rolesকাৰ্যপ্ৰণালী
What each part does.প্ৰতিটো উপাদানৰ ভূমিকা।
| Componentউপাদান | Role in the systemপ্ৰণালীত ইয়াৰ ভূমিকা |
|---|---|
| Solar Panelsসৌৰ পেনেল | Converts sunlight into direct current (DC) electricityসূৰ্যৰ পোহৰক ডিচি (DC) বিদ্যুতলৈ ৰূপান্তৰ কৰে |
| Solar Inverterসৌৰ ইনভাৰ্টাৰ | Converts DC electricity to AC electricity for home and grid useডিচি বিদ্যুতক ঘৰুৱা আৰু গ্ৰিড ব্যৱহাৰৰ বাবে এচি (AC) লৈ সলনি কৰে |
| Mounting Structureমাউণ্টিং ষ্ট্ৰাকচাৰ | Fixes panels securely at the correct tilt angle and azimuthপেনেলসমূহক সঠিক কোণত ছাদত দৃঢ়ভাৱে ধৰি ৰাখে |
| Solar Battery (if off-grid / hybrid)সৌৰ বেটাৰী (অফ-গ্ৰিড / হাইব্ৰিড হ'লে) | Stores energy for use during power cuts or at nightবিদ্যুৎ বিভ্ৰাট বা ৰাতিৰ ব্যৱহাৰৰ বাবে শক্তি সঞ্চয় কৰে |
| ACDB / DCDBএচিডিবি / ডিচিডিবি | Provides circuit protection, isolation and surge protection (SPD)চাৰ্কিট সুৰক্ষা, আইচ'লেচন আৰু চাৰ্জ প্ৰটেকচন (SPD) প্ৰদান কৰে |
| Solar Cablesসৌৰ কেবল | UV-resistant wiring carrying power between modules, inverter and gridইউভি-প্ৰতিৰোধী কেবল যি মডিউল, ইনভাৰ্টাৰ আৰু গ্ৰিডৰ মাজত বিদ্যুৎ পৰিবহণ কৰে |
| Net Meter (provided / approved by APDCL)নেট মিটাৰ (এপিডিচিএল দ্বাৰা অনুমোদিত) | Bi-directional energy meter recording units drawn and units fed back to gridদ্বি-মুখী মিটাৰ যিয়ে আমদানি আৰু ৰপ্তানি কৰা বিদ্যুৎ ইউনিট গণনা কৰে |
FAQপ্ৰশ্নোত্তৰ
Product questions.সৌৰ সামগ্ৰী সম্পৰ্কীয় প্ৰশ্নসমূহ।
Do you supply components, or only complete systems?আপোনালোকে কেৱল উপাদান যোগান ধৰে নে সম্পূৰ্ণ প্ৰণালী সংস্থাপন কৰে?
Our focus is complete, engineered solar systems — because components only perform well when they're matched and installed correctly. Talk to us about your requirement and we'll advise on the right specification.আমাৰ মূল লক্ষ্য হ'ল সম্পূৰ্ণ ইঞ্জিনিয়াৰিংযুক্ত সৌৰ প্ৰণালী — কাৰণ উপাদানসমূহ সঠিকভাৱে মিল খোৱা আৰু সংস্থাপন হ'লেহে সৰ্বোত্তম কাৰ্যক্ষমতা পোৱা যায়।
Which brands do you use?আপোনালোকে কোনবোৰ ব্ৰেণ্ড ব্যৱহাৰ কৰে?
We specify standards-compliant components matched to your system design and budget. Share your requirement and we'll propose options with their specifications.আমি মানক-প্ৰমাণিত (MNRE/BIS অনুমোদিত) উচ্চমানৰ উপাদানসমূহ ব্যৱহাৰ কৰোঁ। আপোনাৰ প্ৰয়োজনীয়তা জনাওক আৰু আমি সঠিক বিকল্প প্ৰস্তাৱ কৰিম।
Can I buy components for my own installer?মই নিজা সংস্থাপকৰ বাবে উপাদান ক্ৰয় কৰিব পাৰিমনে?
For genuine project requirements, contact us to discuss. We prioritise complete systems where we can stand behind the design and installation.প্ৰকল্পৰ প্ৰয়োজন অনুসৰি আলোচনা কৰিবলৈ আমাৰ সৈতে যোগাযোগ কৰক। আমি সম্পূৰ্ণ প্ৰণালীক অগ্ৰাধিকাৰ দিওঁ যাৰ বাবে আমি সম্পূৰ্ণ নিশ্চয়তা দিব পাৰোঁ।
How do I compare components?মই বিভিন্ন উপাদানসমূহ কেনেকৈ তুলনা কৰিম?
Compare on value — efficiency, warranty, build quality and how each part fits your system — not on price alone. The individual product pages explain what to look for.কেৱল মূল্যৰ ওপৰত নহয় — কাৰ্যক্ষমতা, ৱাৰেণ্টি আৰু নিৰ্মাণ মানৰ ওপৰত ভিত্তি কৰি তুলনা কৰক। ব্যক্তিগত প্ৰডাক্ট পৃষ্ঠাসমূহত সবিশেষ আলোচনা কৰা হৈছে।
Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ
Sewaro Energy service informationSewaro Energy সেৱা তথ্য
We specify components as part of an engineered system, so every part is matched to your design and your roof.আমি এক ইঞ্জিনিয়াৰিংযুক্ত প্ৰণালীৰ অংশ হিচাপে উপাদানসমূহ নিৰ্ধাৰণ কৰোঁ, যাতে প্ৰতিটো অংশ আপোনাৰ ডিজাইন আৰু ছাদৰ সৈতে নিখুঁতভাৱে মিলি যায়।
Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।
Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।