Privacy Policyগোপনীয়তা নীতি
Last updated: 24 September 2026সৰ্বশেষ আপডেট: ২৪ ছেপ্টেম্বৰ ২০২৬
This policy explains what information Sewaro Energy collects through this website, how we use it, and the choices you have. By using this site, you agree to this policy.এই নীতিয়ে ব্যাখ্যা কৰে যে Sewaro Energy-য়ে এই ৱেবচাইটৰ জৰিয়তে কি কি তথ্য সংগ্ৰহ কৰে, আমি সেইবোৰ কেনেদৰে ব্যৱহাৰ কৰোঁ আৰু এই ক্ষেত্ৰত আপোনাৰ কি কি অধিকাৰ আছে। এই ৱেবচাইট ব্যৱহাৰ কৰি আপুনি এই নীতিৰ প্ৰতি সন্মতি প্ৰকাশ কৰে।
Information we collectআমি সংগ্ৰহ কৰা তথ্যসমূহ
We collect the information you choose to provide through our enquiry and contact forms — for example your name, phone or WhatsApp number, email, city or area, approximate monthly electricity bill and any message you write. We do not require you to create an account.আমাৰ যোগাযোগ আৰু অনুসন্ধান প্ৰপত্ৰৰ জৰিয়তে আপুনি নিজে প্ৰদান কৰা তথ্যসমূহ আমি সংগ্ৰহ কৰোঁ — যেনে আপোনাৰ নাম, ফোন বা হোৱাটছএপ নম্বৰ, ইমেইল, চহৰ বা অঞ্চল, আনুমানিক মাহেকীয়া বিদ্যুৎ বিল আৰু আপোনাৰ বাৰ্তা। এই ৱেবচাইট ব্যৱহাৰৰ বাবে কোনো একাউণ্ট খোলাৰ প্ৰয়োজন নাই।
How we use itতথ্যৰ ব্যৱহাৰ
- To respond to your enquiry and provide a quote or site visitআপোনাৰ অনুসন্ধানৰ উত্তৰ দিবলৈ আৰু সঠিক সৌৰ উদ্ধৃতি বা ছাইট পৰিদৰ্শনৰ ব্যৱস্থা কৰিবলৈ
- To understand your requirement and recommend a suitable systemআপোনাৰ প্ৰয়োজনীয়তা বুজি উপযুক্ত সৌৰ প্ৰণালীৰ পৰামৰ্শ আগবঢ়াবলৈ
- To communicate with you about your enquiryআপোনাৰ প্ৰকল্প সম্পৰ্কে প্ৰয়োজনীয় যোগাযোগ আৰু আপডেট প্ৰদান কৰিবলৈ
We do not sell your personal information.আমি আপোনাৰ কোনো ব্যক্তিগত তথ্য কোনো তৃতীয় পক্ষক বিক্ৰী নকৰোঁ।
Cookies and embedded contentকুকিজ আৰু তৃতীয় পক্ষৰ সমল
This site may include embedded maps or similar content from third parties. Those services may set their own cookies or collect data under their own policies. We use only what is necessary for the site to function and to understand basic usage.এই ৱেবচাইটত গুগল মেপ বা অনুৰূপ তৃতীয় পক্ষৰ সেৱা অন্তৰ্ভুক্ত থাকিব পাৰে। সেই সেৱাসমূহে নিজা নীতি অনুসৰি কুকিজ ব্যৱহাৰ কৰিব পাৰে। আমি কেৱল ৱেবচাইটটোৰ সঠিক কাৰ্যক্ষমতা আৰু প্ৰয়োজনীয় ব্যৱহাৰৰ বাবেহে প্ৰযুক্তি ব্যৱহাৰ কৰোঁ।
Data retentionতথ্য সংৰক্ষণৰ সময়সীমা
We keep enquiry information only as long as needed to respond to you and for reasonable record-keeping, after which it is deleted or anonymised.আপোনাৰ অনুসন্ধানৰ সমাধান আৰু যাৱতীয় অফিচিয়েল ৰেকৰ্ড ৰখাৰ বাবে যিমান দিন প্ৰয়োজন সিমান দিনহে আমি তথ্য সংৰক্ষণ কৰোঁ, যাৰ পিছত সেইবোৰ নিৰাপদে মচি পেলোৱা হয়।
Your choicesআপোনাৰ অধিকাৰ
You can ask us to access, correct or delete the information you've provided by contacting us using the details on our contact page.আপুনি প্ৰদান কৰা যিকোনো তথ্য পৰীক্ষা কৰিবলৈ, সংশোধন কৰিবলৈ বা মচি পেলাবলৈ আমাৰ যোগাযোগ পৃষ্ঠাত থকা ঠিকনাৰ জৰিয়তে অনুৰোধ জনাব পাৰে।
Securityসুৰক্ষা ব্যৱস্থা
We take reasonable measures to protect the information you share. No method of transmission or storage is completely secure, so we cannot guarantee absolute security.আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত ৰাখিবলৈ আমি উপযুক্ত কাৰিকৰী আৰু সুৰক্ষামূলক পদক্ষেপ গ্ৰহণ কৰোঁ। ইন্টাৰনেটত কোনো ব্যৱস্থাই ১০০% সুৰক্ষিত নহয় যদিও আমি সৰ্বোচ্চ সতৰ্কতা অৱলম্বন কৰোঁ।
Changes to this policyনীতিৰ সালসলনি
We may update this policy from time to time. The date at the top shows when it was last revised.আমি সময় সাপেক্ষে এই নীতিৰ নবীকৰণ কৰিব পাৰোঁ। পৃষ্ঠাৰ আৰম্ভণিতে উল্লেখ থকা তাৰিখে ইয়াৰ সৰ্বশেষ সংস্কৰণ সূচায়।
Contactযোগাযোগ
For any privacy question, reach us via the contact page.গোপনীয়তা নীতি সম্পৰ্কে যিকোনো প্ৰশ্নৰ বাবে আমাৰ যোগাযোগ পৃষ্ঠাৰ জৰিয়তে যোগাযোগ কৰক।