Industrial Solar engineered for uptime.ঔদ্যোগিক সৌৰ প্ৰণালী (Industrial Solar) উচ্চ কাৰ্যক্ষমতা আৰু নিৰ্ভৰযোগ্যতাৰ বাবে।
Large-scale solar power plants for industry in Assam, delivered as turnkey EPC — from engineering and procurement to construction, commissioning and maintenance.অসমৰ উদ্যোগ আৰু কাৰখানাৰ বাবে বৃহৎ পৰিসৰৰ সৌৰ বিদ্যুৎ প্ৰকল্প — অভিযান্ত্ৰিক ডিজাইন, সামগ্ৰী সংগ্ৰহ, সংস্থাপন, কমিশনিং আৰু নিৰীক্ষণৰ সৈতে সম্পূৰ্ণ Turnkey EPC সেৱা।

Solar at industrial scaleঔদ্যোগিক পৰিসৰৰ সৌৰ শক্তি
Industrial solar is an engineering project as much as a financial one. Large rooftop or ground-mounted plants must be designed for structural safety, electrical protection, high availability and long service life. We approach it that way — with design discipline and a delivery model built for uptime.ঔদ্যোগিক সৌৰ প্ৰকল্প কেৱল এক বিত্তীয় বিনিয়োগ নহয়, ই এক গুৰুত্বপূৰ্ণ অভিযান্ত্ৰিক প্ৰকল্প। বৃহৎ ৰুফটপ বা গ্ৰাউণ্ড-মাউণ্ট প্লাণ্টসমূহ গাঁথনিগত সুৰক্ষা, বৈদ্যুতিক প্ৰটেকশ্যন আৰু নিৰৱচ্ছিন্ন কাৰ্যক্ষমতাৰ বাবে নিখুঁতভাৱে ডিজাইন কৰা প্ৰয়োজন। আমি উচ্চ অভিযান্ত্ৰিক মানদণ্ডেৰে সৰ্বোচ্চ উৎপাদনশীল প্ৰকল্প নিৰ্মাণ কৰোঁ।
What an industrial project involvesঔদ্যোগিক প্ৰকল্পৰ মূল পদক্ষেপসমূহ
- Feasibility and load study — consumption, tariff and site assessment.সম্ভাৱনীয়তা আৰু লোড অধ্যয়ন — বিদ্যুৎ চাহিদা, উদ্যোগিক মাচুল আৰু ছাইট পৰিদৰ্শন।
- Engineering and design — system sizing, layout, structures and electricals.অভিযান্ত্ৰিক ডিজাইন — প্ৰণালীৰ ক্ষমতা, লে-আউট, ধুমুহা সহনশীল ষ্ট্ৰাকচাৰ আৰু বৈদ্যুতিক চাৰ্কিট।
- Procurement — sourcing standards-compliant panels, inverters and balance-of-system.মানসম্পন্ন সামগ্ৰী ক্ৰয় — আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ Tier-1 পেনেল, চেণ্ট্ৰেল/ষ্ট্ৰিং ইনভাৰ্টাৰ আৰু ব'চ (BOS)।
- Construction and commissioning — safe, timely installation and testing.নিৰ্মাণ আৰু কমিশনিং — সুৰক্ষিত, নিৰ্ধাৰিত সময়ৰ ভিতৰত সংস্থাপন আৰু হাই-ভল্টেজ সুৰক্ষা পৰীক্ষা।
- Operations and maintenance — monitoring and service for long-term output.পৰিচালনা আৰু চোৱাচিতা (O&M) — ২৫ বছৰ ধৰি সৰ্বোচ্চ উৎপাদন নিশ্চিত কৰিবলৈ লাইভ মনিটৰিং আৰু নিয়মীয়া মেৰামতি।
Why design matters at scaleবৃহৎ প্ৰকল্পত সঠিক ডিজাইনৰ গুৰুত্ব
At industrial scale, small design flaws become large losses. Correct string sizing, protection coordination, earthing, and structural loading for Assam's wind and rain are not optional. This is where an engineering-led EPC partner earns its place.ঔদ্যোগিক পৰিসৰত এক সামান্য ডিজাইনৰ ভুলো ডাঙৰ আৰ্থিক লোকচানৰ কাৰণ হ'ব পাৰে। উপযুক্ত ষ্ট্ৰিং চাইজিং, চাৰ্জ প্ৰটেকশ্যন, আৰ্থিং আৰু অসমৰ ধুমুহা-বৰষুণ প্ৰতিৰোধী ষ্ট্ৰাকচাৰ অতি প্ৰয়োজনীয়। সেয়েহে এক অভিজ্ঞ অভিযান্ত্ৰিক EPC সহযোগী নিৰ্বাচন কৰাটো অপৰিহাৰ্য।
Scales and scopeপ্ৰকল্পৰ পৰিসৰ আৰু ব্যৱস্থা
| Siteস্থানৰ প্ৰকাৰ | Typical configurationপ্ৰণালীৰ গঠন | Deliveryপ্ৰদান পদ্ধতি |
|---|---|---|
| Factory / warehouse rooftopকাৰখানা / গুদামৰ ছাদ | Large rooftop arrayবৃহৎ ৰুফটপ এৰে | Turnkey EPCসম্পূৰ্ণ Turnkey EPC |
| Industrial campusঔদ্যোগিক চৌহদ | Rooftop and/or ground-mountৰুফটপ আৰু মুকলি মাটিৰ প্ৰকল্প | Turnkey EPCসম্পূৰ্ণ Turnkey EPC |
| Multi-site operationsএকাধিক প্ৰতিষ্ঠানৰ শৃংখল | Phased rolloutপৰ্যায়ক্ৰমে সংস্থাপন | EPC with planningপৰিকল্পিত EPC ব্যৱস্থা |
See solar EPC for how we deliver, and solar maintenance for long-term support.আমি কেনেদৰে কাৰ্যকৰী কৰোঁ জানিবলৈ সৌৰ ইপিচি (EPC) আৰু দীৰ্ঘম্যাদী সেৱাৰ বাবে সৌৰ মেৰামতি সেৱা চাওক।
Solar calculatorসৌৰ কেলকুলেটৰ
Estimate your system size and savings.আপোনাৰ প্ৰণালীৰ আকাৰ নিৰ্ণয় কৰক আৰু সঞ্চয়ৰ পৰিমাণ।
Use our calculators to estimate the system you need from your monthly bill, your generation, savings and payback period. Results are labelled estimates with their assumptions.মাহেকীয়া বিলৰ পৰা প্ৰয়োজনীয় প্ৰণালী, বিদ্যুৎ উৎপাদন, সঞ্চয় আৰু পেবেক সময়ৰ হিচাপ কৰক।
- System size calculatorপ্ৰণালীৰ আকাৰ কেলকুলেটৰ
- Savings calculatorসঞ্চয় কেলকুলেটৰ
- Generation calculatorউৎপাদন কেলকুলেটৰ
- Payback calculatorপেবেক কেলকুলেটৰ
- Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ
Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ
FAQপ্ৰশ্নোত্তৰ
Common questions সাধাৰণ প্ৰশ্নসমূহ
What size industrial solar plants do you handle?আপোনালোকে কিমান ডাঙৰ ঔদ্যোগিক সৌৰ প্ৰকল্প নিৰ্মাণ কৰে?
We handle projects from large commercial-scale systems up to MW-scale plants, sized to your load and roof or land availability. Share your requirement and we will assess feasibility.আমি বৃহৎ বাণিজ্যিক ক্ষমতাৰ পৰা আৰম্ভ কৰি মেগাৱাট (MW) পৰিসৰৰ সৌৰ প্ৰকল্প নিৰ্মাণ কৰোঁ। আপোনাৰ কাৰখানাৰ বিদ্যুৎ চাহিদা আৰু উপলব্ধ ছাদ বা মুকলি ভূমিৰ ওপৰত ভিত্তি কৰি আমি কাৰিকৰী সম্ভাৱনীয়তা পৰীক্ষা কৰোঁ।
Can solar cover most of a factory's demand?সৌৰ শক্তিয়ে এটা কাৰখানাৰ প্ৰয়োজনীয় বিদ্যুতৰ সৰহভাগ যোগান ধৰিব পাৰেনে?
Solar offsets your daytime consumption. The share it covers depends on your load profile and available area; we size and design for the maximum practical offset.সৌৰ শক্তিয়ে দিনৰ ভাগত কাৰখানাৰ বিদ্যুৎ ব্যৱহাৰৰ এক বৃহৎ অংশ ৰাহি কৰে। ছাদ বা মুকলি স্থানৰ ওপৰত ভিত্তি কৰি আমি সৰ্বোচ্চ উৎপাদনক্ষম প্ৰণালী ডিজাইন কৰোঁ।
How is an industrial project delivered?এটা ঔদ্যোগিক প্ৰকল্প কেনেদৰে কাৰ্যকৰী কৰা হয়?
As EPC: engineering and design, procurement of components, construction and commissioning, then operation and maintenance. See our solar EPC page for the full scope.EPC পদ্ধতিৰে: অভিযান্ত্ৰিক পৰিকল্পনা, উচ্চমানৰ সামগ্ৰী ক্ৰয়, নিৰাপদ সংস্থাপন ও কমিশনিং আৰু তাৰ পিছত নিয়মীয়া চোৱাচিতা। অধিক জানিবলৈ আমাৰ সৌৰ ইপিচি পৃষ্ঠা চাওক।
Do you provide operations and maintenance?আপোনালোকে প্ৰকল্পৰ পিছত অপাৰেচন এণ্ড মেইণ্টেনেন্স (O&M) সেৱা প্ৰদান কৰেনে?
Yes. Reliable generation depends on maintenance and monitoring, which we provide as part of long-term support.হয়। নিৰৱচ্ছিন্ন বিদ্যুৎ উৎপাদন আৰু সুৰক্ষা বজাই ৰাখিবলৈ আমি দীৰ্ঘম্যাদী O&M আৰু অনলাইন মনিটৰিং সেৱা আগবঢ়াওঁ।
Sewaro Energy service informationSewaro Energy সেৱা তথ্য
Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।
Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।
Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।