Skip to contentমূল বিষয়বস্তুলৈ যাওক
Sewaro Energy
Sewaro EnergyGuwahati, Assamগুৱাহাটী, অসম

Solar typesসৌৰ প্ৰকাৰসমূহ

On-grid, off-grid or hybrid?অন-গ্ৰিড, অফ-গ্ৰিড নে হাইব্ৰিড?

The type of solar system decides whether you export to the grid, whether you have backup during outages, and what you'll spend. Here's how the options compare.সৌৰ প্ৰণালীৰ প্ৰকাৰে নিৰ্ধাৰণ কৰে আপুনি গ্ৰিডলৈ বিদ্যুৎ ৰপ্তানি কৰিব পাৰিবনে নাই, বিজুতিৰ সময়ত বেকআপ পাবনে নাই আৰু আপোনাৰ বিনিয়োগ কিমান হ'ব।

Browseবিকল্পসমূহ

Solar system types.সৌৰ প্ৰণালীৰ প্ৰকাৰসমূহ।

Choose the configuration that matches your grid connection and backup needs.আপোনাৰ গ্ৰিড সংযোগ আৰু বেকআপ প্ৰয়োজন অনুসৰি সঠিক বিকল্প বাছক।

Compareতুলনা

The key differences.প্ৰধান পাৰ্থক্যসমূহ।

Typeপ্ৰকাৰGrid connectionগ্ৰিড সংযোগBatteryবেটাৰীNet meteringনেট মিটাৰিংBest forউপযুক্ত ব্যৱহাৰ
On-gridঅন-গ্ৰিডConnectedসংযুক্তNoneনাইYes (net metering)হয় (নেট মিটাৰিং)Urban homes and businessesচহৰাঞ্চলৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান
Off-gridঅফ-গ্ৰিডNot connectedসংযুক্ত নহয়Requiredপ্ৰয়োজনীয়Noনহয়Remote sites, no reliable gridদূৰৱৰ্তী অঞ্চল বা বিদ্যুৎ সংযোগ নথকা স্থান
Hybridহাইব্ৰিডConnectedসংযুক্তIncludedঅন্তৰ্ভুক্তYesহয়Homes needing backupবিদ্যুৎ বেকআপ প্ৰয়োজন হোৱা ঘৰসমূহ

Solar calculatorসৌৰ কেলকুলেটৰ

Estimate your system size and savings.আপোনাৰ প্ৰণালীৰ আকাৰ নিৰ্ণয় কৰক আৰু সঞ্চয়ৰ পৰিমাণ।

Use our calculators to estimate the system you need from your monthly bill, your generation, savings and payback period. Results are labelled estimates with their assumptions.মাহেকীয়া বিলৰ পৰা প্ৰয়োজনীয় প্ৰণালী, বিদ্যুৎ উৎপাদন, সঞ্চয় আৰু পেবেক সময়ৰ হিচাপ কৰক।

  • System size calculatorপ্ৰণালীৰ আকাৰ কেলকুলেটৰ
  • Savings calculatorসঞ্চয় কেলকুলেটৰ
  • Generation calculatorউৎপাদন কেলকুলেটৰ
  • Payback calculatorপেবেক কেলকুলেটৰ
  • Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ

FAQপ্ৰশ্নোত্তৰ

Choosing a solar system type.সৌৰ প্ৰকাৰ নিৰ্বাচন সম্পৰ্কে।

Which type of solar system is best for a home in Guwahati?গুৱাহাটীৰ এটা ঘৰৰ বাবে কোনটো সৌৰ প্ৰণালী আটাইতকৈ উপযুক্ত?

For most urban homes connected to the grid, an on-grid system with net metering is the simplest and most cost-effective. If power cuts are a concern, a hybrid system with battery backup is the better choice.চহৰৰ গ্ৰিড-সংযুক্ত ঘৰসমূহৰ বাবে নেট মিটাৰিঙৰ সৈতে অন-গ্ৰিড প্ৰণালী আটাইতকৈ ব্যয়সাধ্য আৰু লাভজনক। যদি বিদ্যুৎ কৰ্তনৰ সমস্যা থাকে, তেন্তে বেটাৰী বেকআপ থকা হাইব্ৰিড প্ৰণালী উপযুক্ত।

Do I always need batteries?মোক সদায় বেটাৰীৰ প্ৰয়োজন হয়নে?

No. On-grid systems don't need batteries, which keeps cost and maintenance lower. Batteries are needed for off-grid systems and are optional for hybrid systems where backup matters.নহয়। অন-গ্ৰিড প্ৰণালীত বেটাৰীৰ প্ৰয়োজন নাই, যাৰ ফলত খৰচ আৰু ৰক্ষণাবেক্ষণ বহু কম হয়। কেৱল অফ-গ্ৰিড আৰু হাইব্ৰিড প্ৰণালীৰ বাবেহে বেটাৰী প্ৰয়োজন।

What is the difference between on-grid and off-grid?অন-গ্ৰিড আৰু অফ-গ্ৰিডৰ মাজত কি পাৰ্থক্য?

On-grid systems are connected to the electricity grid and can export surplus via net metering. Off-grid systems are independent, store energy in batteries, and are used where there is no reliable grid.অন-গ্ৰিড প্ৰণালী চৰকাৰী বিদ্যুৎ গ্ৰিডৰ লগত সংযুক্ত থাকে আৰু অতিৰিক্ত বিদ্যুৎ ৰপ্তানি কৰিব পাৰে। অফ-গ্ৰিড প্ৰণালী সম্পূৰ্ণ স্বতন্ত্ৰ আৰু বেটাৰীত শক্তি সঞ্চয় কৰি ৰাখে।

Can I add batteries later?মই পিছত বেটাৰী সংযোগ কৰিব পাৰিমনে?

It depends on the inverter. Some grid-connected systems can be upgraded to hybrid with a battery-compatible inverter; others cannot without replacing equipment. We advise on the best path before you buy.এইটো ইনভাৰ্টাৰৰ ওপৰত নিৰ্ভৰ কৰে। হাইব্ৰিড-উপযোগী ইনভাৰ্টাৰ থাকিলে পিছতো বেটাৰী সংযোগ কৰিব পাৰি। আমি আৰম্ভণিতেই সঠিক পৰামৰ্শ প্ৰদান কৰোঁ।

Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ

Not sure which type you need?কোনটো প্ৰকাৰ প্ৰয়োজন নিশ্চিত নহয়?

Share a few details and our team will help you size the right system. No obligation.তলত কেইটামান তথ্য দিয়ক আৰু আমাৰ বিশেষজ্ঞ দলে আপোনাৰ বাবে সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিব। কোনো বাধ্যবাধকতা নাই।

Chat on WhatsAppহোৱাটছএপত বাৰ্তালাপ কৰক

Your details are used only to respond to your enquiry. See our privacy policy.আপোনাৰ তথ্য কেৱল অনুসন্ধানৰ উত্তৰ দিবলৈ ব্যৱহাৰ কৰা হয়। আমাৰ গোপনীয়তা নীতি চাওক।

Sewaro Energy service informationSewaro Energy সেৱা তথ্য

Tell us whether you need backup and how your grid connection performs, and we'll recommend the right configuration.আপোনাক বিদ্যুৎ বেকআপৰ প্ৰয়োজন আছে নে নাই আমাক জনাওক, আমি সঠিক প্ৰণালীৰ পৰামৰ্শ দিম।

Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।

Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।