Skip to contentমূল বিষয়বস্তুলৈ যাওক
Sewaro Energy
Sewaro EnergyGuwahati, Assamগুৱাহাটী, অসম

Solar Maintenance & AMC protecting solar performance across Assam.সৌৰ মেৰামতি আৰু এএমচি (Solar Maintenance & AMC) অসমত সৌৰ প্ৰকল্পৰ কাৰ্যক্ষমতা সুৰক্ষিত ৰখাৰ বাবে।

Solar panel maintenance and AMC services across Assam — professional cleaning, electrical safety inspections, and performance monitoring that ensure 25-year maximum generation.সমগ্ৰ অসমত সৌৰ পেনেল মেৰামতি আৰু বাৰ্ষিক চোৱাচিতা (AMC) সেৱা — পেছাদাৰী চাফ-চিকুণতা, বৈদ্যুতিক নিৰাপত্তা পৰীক্ষা আৰু লাইভ নিৰীক্ষণৰ দ্বাৰা ২৫ বছৰ সৰ্বোচ্চ বিদ্যুৎ উৎপাদন নিশ্চিত কৰক।

Solar Maintenance & AMC

Why solar needs maintenanceসৌৰ প্ৰণালীৰ চোৱাচিতা কিয় অপৰিহাৰ্য

Solar panels have no moving parts, but they are not maintenance-free. Dust, pollution, bird droppings and leaf litter block sunlight and cut generation. Over time, connections loosen, inverters throw faults, and small problems become expensive ones. Regular maintenance is how you protect both output and lifespan.সৌৰ পেনেলসমূহত কোনো লৰচৰ কৰা অংশ নাথাকে যদিও ই সম্পূৰ্ণৰূপে চোৱাচিতাহীন নহয়। ধূলি-বালি, প্ৰদূষণ, গছৰ পাত আৰু চৰাইৰ বিষ্ঠাই সূৰ্যৰ পোহৰ বাধা দি উৎপাদন ১০%–২৫% লৈকে হ্ৰাস কৰিব পাৰে। সময়ৰ লগে লগে সংযোগ ঢিলা হোৱা বা ইনভাৰ্টাৰত বিজুতি দেখা দিব পাৰে। নিয়মীয়া চোৱাচিতাই আপোনাৰ প্ৰকল্পৰ দীৰ্ঘম্যাদী বিদ্যুৎ উৎপাদন আৰু আয়ুস সুৰক্ষিত কৰে।

What we do on a service visitআমাৰ কাৰিকৰী পৰিদৰ্শনত কি কি কৰা হয়

  • Panel cleaning using safe methods and demineralized/soft waterউচিত পদ্ধতিৰে মৃদু পানী ব্যৱহাৰ কৰি পেনেল বৈজ্ঞানিকভাৱে চাফা কৰা
  • Visual inspection for physical damage, hotspots and micro-cracksপেনেলৰ ফাট, হটস্পট বা বাহ্যিক ক্ষতি পৰীক্ষা কৰা
  • Inverter diagnostics, firmware updates and error log reviewইনভাৰ্টাৰ পৰীক্ষা আৰু ত্ৰুটি বাৰ্তা বিশ্লেষণ
  • DC/AC wiring, junction box seal, and earthing pit resistance checksকেবলিং, জাংচন বক্স আৰু আৰ্থিং ৰোধক ক্ষমতা পৰীক্ষা
  • Performance assessment against expected generation benchmarkবাস্তৱ উৎপাদনৰ সৈতে মানক উৎপাদনৰ তুলনা আৰু বিশ্লেষণ

One-off service or annual contractএককালীন সেৱা নে বাৰ্ষিক চুক্তি (AMC)?

Optionবিকল্পBest forউপযুক্ত ব্যৱহাৰWhat you getসুবিধাসমূহ
One-off serviceএককালীন সেৱা (On-Demand)Periodic clean-up & checkসাময়িক চাফাই আৰু পৰীক্ষাA single scheduled comprehensive visitএটা নিৰ্ধাৰিত দিনত সম্পূৰ্ণ পৰিদৰ্শন
Annual maintenance (AMC)বাৰ্ষিক মেৰামতি চুক্তি (AMC)Homes, businesses and plantsঘৰুৱা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানScheduled quarterly visits and continuous monitoringবছৰত চাৰিবাৰ পৰিদৰ্শন, নিয়মীয়া চাফাই আৰু অগ্ৰাধিকাৰ ভিত্তিত সহায়

Keep it clean, keep it generatingপেনেল পৰিষ্কাৰ ৰাখক, সৰ্বোচ্চ উৎপাদন লাভ কৰক

Cleaning is the simplest, highest-impact habit. Read our solar panel cleaning guide and maintenance guide. If something has already failed, see solar repair.পেনেল পৰিষ্কাৰ ৰখাটোৱেই হৈছে বিদ্যুৎ উৎপাদন বৃদ্ধি কৰাৰ আটাইতকৈ সহজ উপায়। অধিক জানিবলৈ পঢ়ক আমাৰ সৌৰ পেনেল চাফাই নিৰ্দেশিকা আৰু চোৱাচিতা নিৰ্দেশিকা। কোনো কাৰিকৰী বিজুতি হ'লে চাওক সৌৰ মেৰামতি সেৱা।

Solar calculatorসৌৰ কেলকুলেটৰ

Estimate your system size and savings.আপোনাৰ প্ৰণালীৰ আকাৰ নিৰ্ণয় কৰক আৰু সঞ্চয়ৰ পৰিমাণ।

Use our calculators to estimate the system you need from your monthly bill, your generation, savings and payback period. Results are labelled estimates with their assumptions.মাহেকীয়া বিলৰ পৰা প্ৰয়োজনীয় প্ৰণালী, বিদ্যুৎ উৎপাদন, সঞ্চয় আৰু পেবেক সময়ৰ হিচাপ কৰক।

  • System size calculatorপ্ৰণালীৰ আকাৰ কেলকুলেটৰ
  • Savings calculatorসঞ্চয় কেলকুলেটৰ
  • Generation calculatorউৎপাদন কেলকুলেটৰ
  • Payback calculatorপেবেক কেলকুলেটৰ
  • Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ

Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ

FAQপ্ৰশ্নোত্তৰ

Common questions সাধাৰণ প্ৰশ্নসমূহ

How often should solar panels be cleaned?সৌৰ পেনেলসমূহ কিমান দিনৰ মূৰে মূৰে চাফা কৰিব লাগে?

In dusty or high-pollution areas, cleaning roughly once or twice a month keeps output up. Assam's rains help, but grime and bird droppings still build up. Our solar panel cleaning guide covers safe practice.ধূলি আৰু প্ৰদূষণ থকা এলেকাত মাহত ১–২ বাৰ চাফা কৰিলে উৎপাদন সৰ্বোচ্চ হৈ থাকে। অসমৰ বৰষুণে সহায় কৰে যদিও চৰাইৰ বিষ্ঠা আৰু জমা হোৱা ধূলি আঁতৰাবলৈ নিয়মিত চাফাইৰ প্ৰয়োজন।

What does solar maintenance include?সৌৰ মেৰামতি সেৱাত কি কি অন্তৰ্ভুক্ত থাকে?

Panel cleaning, visual and electrical inspections, inverter checks, connection and earthing checks, and performance monitoring to catch problems early.পেনেলৰ বৈজ্ঞানিক চাফাই, দৃশ্যমান আৰু বৈদ্যুতিক সুৰক্ষা পৰীক্ষা, ইনভাৰ্টাৰ এৰ'ৰ পৰীক্ষা, কেবলিং ও আৰ্থিং টেষ্টিং আৰু উৎপাদন নিৰীক্ষণ অন্তৰ্ভুক্ত।

Can you maintain a system you didn't install?আন কোনোবাই সংস্থাপন কৰা প্ৰণালীৰ আপোনালোকে মেৰামতি কৰেনে?

In most cases yes, where the system is accessible and safe to service. We assess it first and tell you honestly what can be maintained.বেছিভাগ ক্ষেত্ৰতে হয়, যদিহে প্ৰণালীটো নিৰাপদ আৰু কাম কৰাৰ উপযোগী হয়। আমি প্ৰথমে ছাইট পৰিদৰ্শন কৰি সঠিক পৰামৰ্শ আগবঢ়াওঁ।

How do I know my system is underperforming?মোৰ সৌৰ প্ৰণালীয়ে কম বিদ্যুৎ উৎপাদন কৰিছে বুলি কেনেকৈ জানিম?

Falling generation versus expectation, inverter alerts, or visible soiling and damage are the usual signs. A service visit benchmarks performance and identifies the cause.প্ৰত্যাশিত উৎপাদনতকৈ কম ইউনিট উৎপাদন হোৱা, ইনভাৰ্টাৰত সতৰ্কবাৰ্তা (Alerts) ওলোৱা বা পেনেলত দাগ পৰাটো ইয়াৰ লক্ষণ। আমাৰ কাৰিকৰী দলৰ পৰিদৰ্শনে ইয়াৰ মূল কাৰণ চিনাক্ত কৰে।

Book a solar maintenance visitসৌৰ মেৰামতি সেৱাৰ বাবে যোগাযোগ কৰক

Share a few details and our team will help you size the right system. No obligation.তলত কেইটামান তথ্য দিয়ক আৰু আমাৰ বিশেষজ্ঞ দলে আপোনাৰ বাবে সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিব। কোনো বাধ্যবাধকতা নাই।

Chat on WhatsAppহোৱাটছএপত বাৰ্তালাপ কৰক

Your details are used only to respond to your enquiry. See our privacy policy.আপোনাৰ তথ্য কেৱল অনুসন্ধানৰ উত্তৰ দিবলৈ ব্যৱহাৰ কৰা হয়। আমাৰ গোপনীয়তা নীতি চাওক।

Sewaro Energy service informationSewaro Energy সেৱা তথ্য

Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।

Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।

Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।