Skip to contentমূল বিষয়বস্তুলৈ যাওক
Sewaro Energy
Sewaro EnergyGuwahati, Assamগুৱাহাটী, অসম

Solar Panel Maintenance Protecting Peak Generation & Safetyসৌৰ পেনেলৰ ৰক্ষণাবেক্ষণ (Solar Panel Maintenance) সৰ্বোচ্চ বিদ্যুৎ উৎপাদন আৰু সুৰক্ষা বজাই ৰখাৰ নিয়ম

Solar systems require minimal but vital routine maintenance. Learn how systematic cleaning, connection testing, and annual inspections preserve optimal performance across Assam.সৌৰ প্ৰকল্পত অতি কম কিন্তু গুৰুত্বপূৰ্ণ যত্নৰ প্ৰয়োজন হয়। নিয়মীয়া চাফাই, তাঁৰৰ নিৰাপদ সংযোগ আৰু বছৰেকীয়া বিশেষজ্ঞ পৰীক্ষাই কেনেকৈ সৰ্বোচ্চ উৎপাদন নিশ্চিত কৰে সেয়া জানক।

Solar Panel Maintenance

Why Preventative Maintenance Protects Your Investmentপ্ৰতিৰোধমূলক যত্নই কেনেকৈ আপোনাৰ বিনিয়োগ সুৰক্ষিত কৰে

Rooftop solar operates in outdoor environments year-round. Dust buildup, bird droppings, temperature fluctuations, and loose connections can gradually degrade system output by 10% to 25% if unaddressed. Routine maintenance restores full generating capacity and protects sensitive electrical components.ৰুফটপ সৌৰ পেনেল বছৰৰ বাৰেও মাহ বাহিৰৰ প্ৰাকৃতিক পৰিৱেশত থাকে। ধূলি-মলি, চৰাইৰ বিষ্ঠা, অত্যধিক গৰম আৰু তাঁৰৰ সামান্য ঢিলা সংযোগৰ বাবে প্ৰকল্পৰ উৎপাদন ১০% ৰ পৰা ২৫% পৰ্যন্ত কমি যাব পাৰে। নিয়মীয়া যত্নই পেনেলসমূহৰ সম্পূৰ্ণ উৎপাদন ক্ষমতা পুনৰুদ্ধাৰ কৰে আৰু ইনভাৰ্টাৰকে আদি কৰি সংবেদনশীল বৈদ্যুতিক সঁজুলিসমূহ সুৰক্ষিত ৰাখে।

The Essential Solar Maintenance Routineপ্ৰয়োজনীয় ৰক্ষণাবেক্ষণৰ তালিকা

Taskকাৰ্যসূচীRecommended Frequencyসময়সূচীPrimary Objectiveমূল উদ্দেশ্য
Surface Module Cleaningপেনেলৰ পৃষ্ঠভাগ চাফাইEvery 2–3 weeks (dry season)প্ৰতি ২–৩ সপ্তাহৰ মূৰে মূৰেRemove dust & maximize sunlight absorptionধূলি আঁতৰাই সূৰ্যৰ ৰশ্মি শোষণ বৃদ্ধি
Inverter Status & Error Logsইনভাৰ্টাৰ এৰৰ লগ পৰীক্ষাWeekly via Mobile Appসাপ্তাহিকভাৱে মোবাইল এপতEnsure zero grid-sync or voltage faultsভল্টেজ বা গ্ৰিড ত্ৰুটি নিৰীক্ষণ
Chemical Earthing Pit Testকেমিকেল আৰ্থিং পিট পৰীক্ষাEvery 6 to 12 monthsপ্ৰতি ৬ ৰ পৰা ১২ মাহতMaintain low earth resistance for lightning safetyবজ্ৰপাত আৰু শ্বৰ্ট চাৰ্কিটৰ পৰা সুৰক্ষা
Mechanical Fasteners & Clampsষ্ট্ৰাকচাৰ ক্ল্যাম্প পৰীক্ষাAnnual / Post-stormবছৰেকীয়া বা ধুমুহাৰ পিছতEnsure cyclone-resilient structural stabilityধুমুহা প্ৰতিৰোধী দৃঢ়তা নিশ্চিতকৰণ

Solar calculatorসৌৰ কেলকুলেটৰ

Estimate your system size and savings.আপোনাৰ প্ৰণালীৰ আকাৰ নিৰ্ণয় কৰক আৰু সঞ্চয়ৰ পৰিমাণ।

Use our calculators to estimate the system you need from your monthly bill, your generation, savings and payback period. Results are labelled estimates with their assumptions.মাহেকীয়া বিলৰ পৰা প্ৰয়োজনীয় প্ৰণালী, বিদ্যুৎ উৎপাদন, সঞ্চয় আৰু পেবেক সময়ৰ হিচাপ কৰক।

  • System size calculatorপ্ৰণালীৰ আকাৰ কেলকুলেটৰ
  • Savings calculatorসঞ্চয় কেলকুলেটৰ
  • Generation calculatorউৎপাদন কেলকুলেটৰ
  • Payback calculatorপেবেক কেলকুলেটৰ
  • Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ

Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ

FAQপ্ৰশ্নোত্তৰ

Common questions সাধাৰণ প্ৰশ্নসমূহ

Does a rooftop solar system need regular maintenance?ৰুফটপ সৌৰ প্ৰকল্পৰ নিয়মীয়া ৰক্ষণাবেক্ষণৰ প্ৰয়োজন আছেনে?

Yes. While solar panels have no moving parts, routine maintenance — such as dust removal, wire terminal checking, and inverter firmware updates — ensures you get maximum kilowatt-hour generation and prevents downtime.হয়। সৌৰ পেনেলত কোনো যান্ত্ৰিক অংশ নাথাকিলেও নিয়মীয়া যত্ন — যেনে ধূলি চাফা কৰা, তাঁৰৰ নাট-বোল্ট পৰীক্ষা কৰা আৰু ইনভাৰ্টাৰৰ কাৰ্যক্ষমতা নিৰীক্ষণ কৰা — আদি কামে সৰ্বোচ্চ বিদ্যুৎ উৎপাদন আৰু দীৰ্ঘ স্থায়িত্ব নিশ্চিত কৰে।

What does an annual preventative maintenance visit include?বছৰেকীয়া প্ৰতিৰোধমূলক পৰিদৰ্শনত কি কি কৰা হয়?

Sewaro Energy's technicians inspect module clamping, test chemical earthing resistance, check DC/AC surge protection devices (SPD), analyze inverter string voltages, and ensure net metering synchronization.Sewaro Energy-ৰ কাৰিকৰী দলে পেনেলৰ ক্ল্যাম্পিং পৰীক্ষা, কেমিকেল আৰ্থিঙৰ প্ৰতিৰোধ (Resistance) জোখ, চাৰ্জ সুৰক্ষা সঁজুলি (SPD) পৰীক্ষা, ইনভাৰ্টাৰৰ ষ্ট্ৰিং ভল্টেজ বিশ্লেষণ আৰু নেট মিটাৰিঙৰ সঠিক কাৰ্যক্ষমতা পৰীক্ষা কৰে।

Can I perform solar maintenance myself?মই নিজে সৌৰ প্ৰকল্পৰ ৰক্ষণাবেক্ষণ কৰিব পাৰিমনে?

You can safely clean the glass surface with plain water and a soft wiper. However, all electrical wiring, inverter diagnostics, and earthing tests must be performed by certified solar professionals.আপুনি ছাদৰ সুৰক্ষা মানি কেৱল সাধাৰণ পানী আৰু কোমল কাপোৰেৰে পেনেল চাফা কৰিব পাৰে। কিন্তু সকলো ধৰণৰ বিজুলীৰ তাঁৰ, ইনভাৰ্টাৰৰ চেটিংছ আৰু আৰ্থিং পৰীক্ষাৰ বাবে প্ৰশিক্ষিত বিশেষজ্ঞৰ প্ৰয়োজন।

What are the warning signs of a solar system fault?সৌৰ প্ৰকল্পত কোনো ত্ৰুটি হ'লে কি কি লক্ষণ দেখা যায়?

Common indicators include a red LED light or error code on the inverter, a sudden drop in daily generation on the mobile app, or a noticeable increase in your monthly APDCL bill.প্ৰধান লক্ষণসমূহ হ'ল ইনভাৰ্টাৰত ৰঙা লাইট বা এৰৰ কোড ওলোৱা, মোবাইল এপত দৈনিক বিদ্যুৎ উৎপাদন হঠাৎ হ্ৰাস পোৱা নাইবা মাহেকীয়া এপিডিচিএল বিদ্যুৎ বিল বৃদ্ধি পোৱা।

Book a solar maintenance visitৰক্ষণাবেক্ষণ আৰু সেৱাৰ বাবে অনুৰোধ কৰক

Share a few details and our team will help you size the right system. No obligation.তলত কেইটামান তথ্য দিয়ক আৰু আমাৰ বিশেষজ্ঞ দলে আপোনাৰ বাবে সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিব। কোনো বাধ্যবাধকতা নাই।

Chat on WhatsAppহোৱাটছএপত বাৰ্তালাপ কৰক

Your details are used only to respond to your enquiry. See our privacy policy.আপোনাৰ তথ্য কেৱল অনুসন্ধানৰ উত্তৰ দিবলৈ ব্যৱহাৰ কৰা হয়। আমাৰ গোপনীয়তা নীতি চাওক।

Sewaro Energy service informationSewaro Energy সেৱা তথ্য

Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।

Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।

Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।