Skip to contentমূল বিষয়বস্তুলৈ যাওক
Sewaro Energy
Sewaro EnergyGuwahati, Assamগুৱাহাটী, অসম

1 kW Solar System a simple start.১ কিলোৱাট সৌৰ প্ৰণালী (1 kW Solar System) এক সহজ আৰম্ভণি।

A 1 kW system is a compact, low-cost way to begin with solar — suited to small homes and low-consumption connections.১ কিলোৱাট প্ৰণালী হৈছে সৌৰ শক্তিৰ সৈতে আৰম্ভণি কৰাৰ এক সৰু আৰু কম খৰচৰ উপায় — সৰু ঘৰ আৰু কম বিদ্যুৎ ব্যৱহাৰৰ সংযোগৰ বাবে উপযুক্ত।

1 kW Solar System

What a 1 kW system can power১ কিলোৱাট প্ৰণালীয়ে কি কি চলাব পাৰে

A 1 kW system offsets a modest daytime load — lighting, fans, a TV and a fridge. It is best for small homes, low-consumption connections, or as a first step before expanding later.১ কিলোৱাট প্ৰণালীয়ে দিনৰ ভাগৰ কম লোড — লাইট, ফেন, টিভি আৰু ফ্ৰিজ চলাব পাৰে। ই সৰু ঘৰ, কম বিদ্যুৎ ব্যৱহাৰৰ সংযোগ বা পিছত সম্প্ৰসাৰণ কৰাৰ আগতে প্ৰথম পদক্ষেপ হিচাপে উত্তম।

Panels and spaceপেনেল আৰু ছাদৰ ঠাই

Panel wattageপেনেলৰ ক্ষমতাApprox. panels for 1 kW১ কিলোৱাটৰ বাবে প্ৰয়োজনীয় পেনেল
450 W≈ 3 panelsপ্ৰায় ৩ খন
550 W≈ 2 panelsপ্ৰায় ২ খন

Allow roughly 100 sq ft of shadow-free roof, including access space.খোজ কঢ়া আৰু পৰিষ্কাৰ কৰাৰ ঠাইসহ ছাদত প্ৰায় ১০০ বৰ্গফুট ছাঁ-মুক্ত স্থানৰ প্ৰয়োজন।

Estimated generationআনুমানিক বিদ্যুৎ উৎপাদন

  • Per day: ≈ 4 unitsপ্ৰতিদিনত: প্ৰায় ৪ ইউনিট
  • Per month: ≈ 120 unitsপ্ৰতিমাহত: প্ৰায় ১২০ ইউনিট
  • Per year: ≈ 1,400 unitsপ্ৰতিবছৰত: প্ৰায় ১,৪০০ ইউনিট

Indicative figures at about 4 units per kW per day. Use the generation calculator for a tailored estimate.ভাৰতৰ গড় হিচাপত প্ৰতি কিলোৱাটত দিনত প্ৰায় ৪ ইউনিট বিদ্যুৎ উৎপাদন হয়। আপোনাৰ ছাদ অনুসৰি সঠিক অনুমানৰ বাবে আমাৰ সৌৰ উৎপাদন কেলকুলেটৰ ব্যৱহাৰ কৰক।

Price and subsidyমূল্য আৰু চৰকাৰী ৰাজসাহায্য

Cost depends on components and installation, reduced by any applicable subsidy. Ask us for a quote based on your roof, and see solar cost and Solar Subsidy in Assam.খৰচ পেনেল, ইনভাৰ্টাৰ আৰু সংস্থাপনৰ ওপৰত নিৰ্ভৰ কৰে আৰু প্ৰযোজ্য ৰাজসাহায্যই ইয়াক কমায়। আপোনাৰ ছাদৰ ভিত্তিত উদ্ধৃতিৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক। সবিশেষ জানিবলৈ চাওক সৌৰ খৰচ আৰু অসমত সৌৰ ৰাজসাহায্য।

Solar calculatorসৌৰ কেলকুলেটৰ

Estimate your system size and savings.আপোনাৰ প্ৰণালীৰ আকাৰ নিৰ্ণয় কৰক আৰু সঞ্চয়ৰ পৰিমাণ।

Use our calculators to estimate the system you need from your monthly bill, your generation, savings and payback period. Results are labelled estimates with their assumptions.মাহেকীয়া বিলৰ পৰা প্ৰয়োজনীয় প্ৰণালী, বিদ্যুৎ উৎপাদন, সঞ্চয় আৰু পেবেক সময়ৰ হিচাপ কৰক।

  • System size calculatorপ্ৰণালীৰ আকাৰ কেলকুলেটৰ
  • Savings calculatorসঞ্চয় কেলকুলেটৰ
  • Generation calculatorউৎপাদন কেলকুলেটৰ
  • Payback calculatorপেবেক কেলকুলেটৰ
  • Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ

Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ

FAQপ্ৰশ্নোত্তৰ

Common questions সাধাৰণ প্ৰশ্নসমূহ

How many panels does a 1 kW system need?১ কিলোৱাট প্ৰণালীৰ বাবে কিমানখন পেনেল লাগে?

At 550 W per panel, about 2 panels; at 450 W, about 3. The exact count depends on the panels specified.৫৫০ ৱাটৰ পেনেল হ'লে প্ৰায় ২ খন আৰু ৪৫০ ৱাটৰ হ'লে প্ৰায় ৩ খন পেনেলৰ প্ৰয়োজন হয়। ব্যৱহৃত পেনেল অনুসৰি সঠিক সংখ্যা নিৰ্ধাৰণ কৰা হয়।

How much space does a 1 kW system need?১ কিলোৱাট প্ৰণালীৰ বাবে কিমান ঠাইৰ প্ৰয়োজন?

As an indicative figure, allow roughly 100 sq ft of shadow-free roof including access. A site survey confirms the exact area.প্ৰায় ১০০ বৰ্গফুট ছাঁ-মুক্ত ছাদৰ প্ৰয়োজন (খোজ কঢ়া আৰু পৰিষ্কাৰ কৰাৰ ঠাইকে ধৰি)। ছাইট পৰিদৰ্শনৰ দ্বাৰা সঠিক কালি নিৰ্ধাৰণ কৰা হয়।

How much does a 1 kW system generate?১ কিলোৱাট প্ৰণালীৰ পৰা কিমান বিদ্যুৎ উৎপাদন হয়?

Indicatively, at about 4 units per kW per day, roughly 4 units a day and around 120 units a month. Actual output varies with location, season and design.গড়ে প্ৰতি কিলোৱাটত দিনত ৪ ইউনিট হিচাপত, দিনত প্ৰায় ৪ ইউনিট আৰু মাহে প্ৰায় ১২০ ইউনিট বিদ্যুৎ উৎপাদন হয়। প্ৰকৃত উৎপাদন স্থান, ঋতু আৰু ডিজাইনৰ ওপৰত নিৰ্ভৰ কৰে।

Is a 1 kW system worth it?১ কিলোৱাট প্ৰণালী লাভজনকনে?

It is a good entry point for a small home or a low-consumption connection, and a way to start with solar before expanding. If your bill is higher, a larger size usually pays back better.সৰু ঘৰ বা কম বিদ্যুৎ ব্যৱহাৰৰ সংযোগৰ বাবে ই এক ভাল আৰম্ভণি, আৰু পিছত সম্প্ৰসাৰণ কৰাৰ আগতে সৌৰ শক্তিৰ সৈতে আৰম্ভ কৰাৰ উপায়। যদি আপোনাৰ বিল অধিক হয়, তেন্তে ডাঙৰ ক্ষমতাই সাধাৰণতে অধিক লাভ দিয়ে।

Get a quote for a 1 kW system১ কিলোৱাট সৌৰ প্ৰণালীৰ বাবে উদ্ধৃতি লাভ কৰক

Share a few details and our team will help you size the right system. No obligation.তলত কেইটামান তথ্য দিয়ক আৰু আমাৰ বিশেষজ্ঞ দলে আপোনাৰ বাবে সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিব। কোনো বাধ্যবাধকতা নাই।

Chat on WhatsAppহোৱাটছএপত বাৰ্তালাপ কৰক

Your details are used only to respond to your enquiry. See our privacy policy.আপোনাৰ তথ্য কেৱল অনুসন্ধানৰ উত্তৰ দিবলৈ ব্যৱহাৰ কৰা হয়। আমাৰ গোপনীয়তা নীতি চাওক।

Sewaro Energy service informationSewaro Energy সেৱা তথ্য

Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।

Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।

Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।