Skip to contentমূল বিষয়বস্তুলৈ যাওক
Sewaro Energy
Sewaro EnergyGuwahati, Assamগুৱাহাটী, অসম

Rooftop Solar Installation done properly across Assam.ৰুফটপ সৌৰ সংস্থাপন (Rooftop Solar Installation) উচ্চ অভিযান্ত্ৰিক মানদণ্ডৰ সৈতে।

Rooftop solar installation in Guwahati and across Assam — an engineering-led process from roof assessment and design to certified installation, commissioning and APDCL net-metering support.গুৱাহাটী তথা সমগ্ৰ অসমত ৰুফটপ সৌৰ সংস্থাপন — ছাদ পৰিদৰ্শন, নিখুঁত ডিজাইনৰ পৰা আৰম্ভ কৰি প্ৰমাণিত সংস্থাপন, কমিশনিং আৰু এপিডিচিএল নেট-মিটাৰিং অনুমোদনলৈকে সম্পূৰ্ণ সেৱা।

Rooftop Solar Installation

Installation is where quality is won or lostসঠিক সংস্থাপনৰ ওপৰতেই প্ৰকল্পৰ স্থায়িত্ব নিৰ্ভৰ কৰে

Panels and inverters get the attention, but the installation decides whether your system delivers for 25 years. Correct structure, sealed penetrations, protected wiring, proper earthing and careful commissioning are what keep a rooftop system safe and productive through Assam's weather.সৌৰ পেনেল আৰু ইনভাৰ্টাৰ যিমানেই উন্নত নহওক, সংস্থাপনৰ গুণমানেহে নিৰ্ণয় কৰে যে প্ৰণালীটোৱে ২৫ বছৰ সফলতাৰে বিদ্যুৎ উৎপাদন কৰিবনে নাই। উপযুক্ত মাউণ্টিং ষ্ট্ৰাকচাৰ, ৱাটাৰপ্ৰুফিং, সুৰক্ষিত ৱায়াৰিং, প্ৰমাণিত আৰ্থিং আৰু সাৱধানী কমিশনিং হৈছে অসমৰ বতৰত এটা ৰুফটপ প্ৰণালী সুৰক্ষিত ৰখাৰ মূল চাবিকাঠি।

Our installation processআমাৰ সংস্থাপন প্ৰক্ৰিয়া

Stageপৰ্যায়What happensকাৰ্যসূচী
Roof assessmentছাদৰ মূল্যায়নRoof type, condition, shadow-free area, tilt and directionছাদৰ ধৰণ, অৱস্থা, ছাঁ-মুক্ত কালি, হেলনীয়া কোণ আৰু দিশ নিৰ্ণয়
Designঅভিযান্ত্ৰিক ডিজাইনArray layout, structure design, stringing and routingপেনেল লে-আউট, ষ্ট্ৰাকচাৰ ডিজাইন, ষ্ট্ৰিং আৰু কেবল ৰাউটিং
Preparationপ্ৰস্তুতিMaterials, structure placement and roof protectionসামগ্ৰী পৰিবহণ, ষ্ট্ৰাকচাৰ স্থাপন আৰু ছাদৰ ৱাটাৰপ্ৰুফ সুৰক্ষা
Installationসংস্থাপনMounting, panel fitting, inverter and wiringপেনেল সংস্থাপন, ইনভাৰ্টাৰ আৰু ডিচি/এচি কেবলিং সম্পন্ন কৰা
CommissioningকমিশনিংTesting, safety checks and handoverভল্টেজ আৰু আৰ্থিং পৰীক্ষা, সুৰক্ষা টেষ্টিং আৰু প্ৰকল্প হস্তান্তৰ
Connectionগ্ৰিড সংযোগNet-metering formalities with APDCLএপিডিচিএলৰ সৈতে নেট-মিটাৰিং আৰু সংযোগ প্ৰক্ৰিয়া

Built for Assam's climateঅসমৰ জলবায়ুৰ বাবে বিশেষভাৱে নিৰ্মিত

Monsoon rain, strong winds and humidity place demands on every rooftop system. We design mounting structures for wind loading, ensure proper water drainage, and protect exposed cabling and connections so performance holds up season after season.বাৰিষাৰ প্ৰৱল বৰষুণ, ধুমুহা আৰু আৰ্দ্ৰতাৰ বাবে বিশেষ সাৱধানতাৰ প্ৰয়োজন। আমি উচ্চমানৰ হট-ডিপ গেলভানাইজড বা এলুমিনিয়াম ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰোঁ, সঠিক পানী নিষ্কাষণ নিশ্চিত কৰোঁ আৰু বাহিৰৰ সকলো কেবল অতিবেঙুনীয়া ৰশ্মি আৰু পানী প্ৰতিৰোধী পাইপেৰে আৱৰি ৰাখোঁ।

Net metering and approvalsনেট মিটাৰিং আৰু যাৱতীয় অনুমোদন

After installation, grid-connected systems go through the APDCL net-metering process. We help with the paperwork so your exported units are accounted for. See APDCL net metering for the details, and PM Surya Ghar for subsidy.সংস্থাপনৰ পিছত গ্ৰিড-সংযুক্ত প্ৰণালীসমূহ এপিডিচিএলৰ নেট মিটাৰিঙৰ অধীনলৈ আহে। আপোনাৰ উৎপাদিত বিদ্যুৎ যাতে বিলত সঠিকভাৱে অন্তৰ্ভুক্ত হয়, তাৰ বাবে যাৱতীয় সকলো নথিপত্ৰৰ কাম আমি সম্পন্ন কৰোঁ। চাওক এপিডিচিএল নেট মিটাৰিং আৰু ৰাজসাহায্যৰ বাবে পিএম সূৰ্য ঘৰ।

After handoverপ্ৰকল্প হস্তান্তৰৰ পিছৰ সেৱা

We help you understand your monitoring, then stand behind the system with maintenance and repair. Read more in solar maintenance.আমি আপোনাক মোবাইল এপত উৎপাদন নিৰীক্ষণ কৰাৰ প্ৰশিক্ষণ দিওঁ আৰু নিয়মিত চোৱাচিতা তথা মেৰামতিৰ দ্বাৰা প্ৰণালীটো সক্ৰিয় ৰাখোঁ। অধিক জানিবলৈ চাওক আমাৰ সৌৰ মেৰামতি সেৱা।

Solar calculatorসৌৰ কেলকুলেটৰ

Estimate your system size and savings.আপোনাৰ প্ৰণালীৰ আকাৰ নিৰ্ণয় কৰক আৰু সঞ্চয়ৰ পৰিমাণ।

Use our calculators to estimate the system you need from your monthly bill, your generation, savings and payback period. Results are labelled estimates with their assumptions.মাহেকীয়া বিলৰ পৰা প্ৰয়োজনীয় প্ৰণালী, বিদ্যুৎ উৎপাদন, সঞ্চয় আৰু পেবেক সময়ৰ হিচাপ কৰক।

  • System size calculatorপ্ৰণালীৰ আকাৰ কেলকুলেটৰ
  • Savings calculatorসঞ্চয় কেলকুলেটৰ
  • Generation calculatorউৎপাদন কেলকুলেটৰ
  • Payback calculatorপেবেক কেলকুলেটৰ
  • Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ

Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ

FAQপ্ৰশ্নোত্তৰ

Common questions সাধাৰণ প্ৰশ্নসমূহ

Will installation damage my roof?সংস্থাপনৰ ফলত মোৰ ছাদৰ কিবা ক্ষতি হ'বনে?

We design to protect roof integrity and use appropriate mounting methods for your roof type. Any penetrations are properly sealed. A pre-installation survey identifies risks before work begins.আমি ছাদৰ সুৰক্ষা সৰ্বোচ্চ অগ্ৰাধিকাৰ দি উপযুক্ত মাউণ্টিং পদ্ধতি ব্যৱহাৰ কৰোঁ। ছাদত লগোৱা সকলো এংকৰ ৱাটাৰপ্ৰুফ ছিলেণ্টেৰে বন্ধ কৰা হয় যাতে পানী নোসোমায়। কাম আৰম্ভ হোৱাৰ পূৰ্বে ছাইট পৰিদৰ্শন কৰি সম্ভাব্য সকলো দিশ পৰীক্ষা কৰা হয়।

How long does rooftop installation take?ৰুফটপ সংস্থাপনত কিমান সময় লাগে?

The physical installation is usually completed in a few days for residential systems, depending on size, roof access and weather. Approvals and net metering follow the installation.সাধাৰণতে ঘৰুৱা প্ৰণালীৰ বাবে সংস্থাপনৰ কাম ২–৩ দিনৰ ভিতৰতে সম্পূৰ্ণ হয়। তাৰ পিছত এপিডিচিএলৰ নেট মিটাৰ সংস্থাপন আৰু সংযোগ প্ৰক্ৰিয়া সম্পন্ন কৰা হয়।

How do you handle Assam's monsoon?অসমৰ বাৰিষা আৰু প্ৰৱল বৰষুণৰ বাবে কি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয়?

Structures are designed for wind loading and water drainage, and cables and connections are protected so the system performs reliably through the rains.মাউণ্টিং ষ্ট্ৰাকচাৰসমূহ প্ৰৱল বতাহ আৰু পানী ওলাই যোৱাৰ সুবিধা ৰাখি ডিজাইন কৰা হয়, আৰু সকলো কেবল ও জাংচন বক্স IP68 ৱাটাৰপ্ৰুফ সুৰক্ষাৰে নিৰ্মাণ কৰা হয় যাতে বৰষুণতো নিৰৱচ্ছিন্নে কাম কৰে।

What happens after installation?সংস্থাপনৰ পিছত কি কি সেৱা পোৱা যায়?

We test and commission the system, guide you on monitoring, and support the net-metering steps. Ongoing maintenance is available through our solar maintenance service.আমি প্ৰণালীৰ সুৰক্ষা টেষ্টিং কৰি কমিশনিং কৰোঁ, মোবাইল এপত লাইভ উৎপাদন নিৰীক্ষণ কৰিবলৈ শিকাই দিওঁ আৰু নেট মিটাৰিঙৰ যাৱতীয় কাম সম্পূৰ্ণ কৰোঁ।

Book a rooftop site visitছাদ পৰিদৰ্শনৰ বাবে দিন নিৰ্ধাৰণ কৰক

Share a few details and our team will help you size the right system. No obligation.তলত কেইটামান তথ্য দিয়ক আৰু আমাৰ বিশেষজ্ঞ দলে আপোনাৰ বাবে সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিব। কোনো বাধ্যবাধকতা নাই।

Chat on WhatsAppহোৱাটছএপত বাৰ্তালাপ কৰক

Your details are used only to respond to your enquiry. See our privacy policy.আপোনাৰ তথ্য কেৱল অনুসন্ধানৰ উত্তৰ দিবলৈ ব্যৱহাৰ কৰা হয়। আমাৰ গোপনীয়তা নীতি চাওক।

Sewaro Energy service informationSewaro Energy সেৱা তথ্য

Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।

Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।

Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।