3 kW Solar System for average homes.৩ কিলোৱাট সৌৰ প্ৰণালী (3 kW Solar System) মধ্যমীয়া ঘৰৰ বাবে সৰ্বাধিক উপযোগী।
A 3 kW system is the most requested size for homes in Guwahati. Here's what it needs, what it generates, and how to tell whether it's right for your roof.৩ কিলোৱাট সৌৰ প্ৰণালী হৈছে গুৱাহাটীৰ আৱাসিক ঘৰসমূহৰ বাবে আটাইতকৈ জনপ্ৰিয় আকাৰ। ইয়াৰ বাবে কিমান ঠাইৰ প্ৰয়োজন, কিমান ইউনিট বিদ্যুৎ উৎপাদন হয় আৰু চৰকাৰী ৰাজসাহায্যৰ সবিশেষ জানক।

What a 3 kW system can power৩ কিলোৱাট প্ৰণালীয়ে কি কি চলাব পাৰে
A 3 kW rooftop system suits a typical family home running lights, fans, a TV, a fridge and a washing machine. It offsets a large share of daytime consumption. Homes with heavy air conditioning or water heating usually need a larger system.৩ কিলোৱাট ৰুফটপ প্ৰণালী এটা সাধাৰণ পৰিয়ালৰ বাবে উপযুক্ত — য'ত লাইট, ফেন, টিভি, ফ্ৰিজ, ৱাছিং মেচিন আৰু পানীৰ মটৰ অনায়াসে চলে। ই দিনৰ ভাগৰ বিদ্যুৎ বিলৰ এক সিংহভাগ ৰাহি কৰে। একাধিক এচি থকা ঘৰৰ বাবে সাধাৰণতে ৫ কিলোৱাট বা ততোধিক ক্ষমতাৰ প্ৰয়োজন হয়।
How many panels, and how much space?কিমান পেনেল আৰু কিমান ঠাইৰ প্ৰয়োজন?
Panel count depends on the wattage of the panels used. Higher-wattage panels mean fewer of them for the same capacity.পেনেলৰ সংখ্যা ব্যৱহৃত পেনেলৰ ৱাটৰ ওপৰত নিৰ্ভৰ কৰে। উচ্চ ৱাটৰ পেনেল ব্যৱহাৰ কৰিলে একে ক্ষমতাৰ বাবে কম সংখ্যক পেনেল আৰু কম ঠাই লাগে:
| Panel wattageপেনেলৰ ক্ষমতা | Approx. panels for 3 kWপ্ৰয়োজনীয় পেনেলৰ সংখ্যা | Notesবিৱৰণ |
|---|---|---|
| 450 W | ≈ 7 panelsপ্ৰায় ৭ খন | More panels, more wiringঅধিক পেনেল আৰু অধিক স্থান |
| 550 W | ≈ 6 panelsপ্ৰায় ৬ খন | Common in current projectsবৰ্তমান সৰ্বাধিক ব্যৱহৃত মানদণ্ড |
| 600 W+ | ≈ 5 panelsপ্ৰায় ৫ খন | Fewer, larger panelsকম পেনেল, ছাদৰ ঠাই সৰ্বাধিক ৰাহি |
For reference, a modern 540–580 W panel is roughly 2.3 m × 1.1 m (about 7.5 ft × 3.6 ft). Allow about 300 sq ft of shadow-free roof for a 3 kW system, including access space.তুলনামূলকভাৱে, এখন আধুনিক ৫৪০–৫৮০ ৱাটৰ পেনেল প্ৰায় ৭.৫ ফুট × ৩.৬ ফুট আকাৰৰ হয়। এটা ৩ কিলোৱাট প্ৰণালীৰ বাবে ছাদত খোজ কঢ়া আৰু চাফাই কৰাৰ ঠাইসহ প্ৰায় ৩০০ বৰ্গফুট ছাঁ-মুক্ত স্থানৰ প্ৰয়োজন।
How much does a 3 kW system generate?৩ কিলোৱাট প্ৰণালীৰ পৰা কিমান বিদ্যুৎ উৎপাদন হয়?
As an indicative planning figure for India, 1 kW generates about 4 units (kWh) per day averaged across the year. On that basis:ভাৰতৰ ভৌগোলিক অৱস্থান অনুসৰি প্ৰতি কিলোৱাটত গড়ে দিনত ৪ ইউনিট (kWh) বিদ্যুৎ উৎপাদন হয়। সেই হিচাপত ৩ কিলোৱাট প্ৰণালীৰ উৎপাদন:
- Per day: ≈ 12 unitsপ্ৰতিদিনত: প্ৰায় ১২ ইউনিট
- Per month: ≈ 360 unitsপ্ৰতিমাহত: প্ৰায় ৩৬০ ইউনিট
- Per year: ≈ 4,300 unitsপ্ৰতিবছৰত: প্ৰায় ৪,৩০০ ইউনিট
Real output depends on your location, season, shading, roof orientation and system design. Use the generation calculator for a tailored estimate.প্ৰকৃত উৎপাদন ঋতু, ছাদৰ দিশ আৰু বতৰৰ ওপৰত নিৰ্ভৰ কৰে। সঠিক হিচাপৰ বাবে আমাৰ সৌৰ উৎপাদন কেলকুলেটৰ ব্যৱহাৰ কৰক।
Price and subsidyমূল্য আৰু চৰকাৰী ৰাজসাহায্য
The price of a 3 kW system depends on the panels, inverter, mounting structure and installation requirements, and is reduced by any applicable subsidy. Rather than publish unverified figures, we quote from your actual roof. See solar cost for what drives it, and Solar Subsidy in Assam plus PM Surya Ghar for support.৩ কিলোৱাট প্ৰণালীৰ খৰচ পেনেল, ইনভাৰ্টাৰ আৰু ষ্ট্ৰাকচাৰৰ মানৰ ওপৰত নিৰ্ভৰ কৰে। পিএম সূৰ্য ঘৰ আঁচনিৰ অধীনত ৩ কিলোৱাটলৈকে সৰ্বোচ্চ ₹৭৮,০০০ চৰকাৰী ৰাজসাহায্য পোৱা যায়। সবিশেষ জানিবলৈ চাওক সৌৰ খৰচ আৰু অসমত সৌৰ ৰাজসাহায্য।
System typeসৌৰ প্ৰণালীৰ প্ৰকাৰ
Most urban homes choose an on-grid 3 kW system with net metering. If you need backup, a hybrid system with battery is an option. Compare them in on-grid solar and hybrid solar.গুৱাহাটীৰ বেছিভাগ গৃহস্থীয়ে নেট মিটাৰিঙৰ সৈতে অন-গ্ৰিড ৩ কিলোৱাট প্ৰণালী বাছি লয়। যদি কাৰেণ্ট গ'লে বেকআপ প্ৰয়োজন হয়, তেন্তে বেটাৰীযুক্ত হাইব্ৰিড ব্যৱস্থা স্থাপন কৰিব পাৰি। চাওক অন-গ্ৰিড সৌৰ প্ৰণালী আৰু হাইব্ৰিড সৌৰ প্ৰণালী।
Solar calculatorসৌৰ কেলকুলেটৰ
Estimate your system size and savings.আপোনাৰ প্ৰণালীৰ আকাৰ নিৰ্ণয় কৰক আৰু সঞ্চয়ৰ পৰিমাণ।
Use our calculators to estimate the system you need from your monthly bill, your generation, savings and payback period. Results are labelled estimates with their assumptions.মাহেকীয়া বিলৰ পৰা প্ৰয়োজনীয় প্ৰণালী, বিদ্যুৎ উৎপাদন, সঞ্চয় আৰু পেবেক সময়ৰ হিচাপ কৰক।
- System size calculatorপ্ৰণালীৰ আকাৰ কেলকুলেটৰ
- Savings calculatorসঞ্চয় কেলকুলেটৰ
- Generation calculatorউৎপাদন কেলকুলেটৰ
- Payback calculatorপেবেক কেলকুলেটৰ
- Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ
Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ
FAQপ্ৰশ্নোত্তৰ
Common questions সাধাৰণ প্ৰশ্নসমূহ
How many solar panels does a 3 kW system need?৩ কিলোৱাট প্ৰণালীৰ বাবে কিমানখন পেনেল লাগে?
It depends on panel wattage. At 550 W per panel, a 3 kW system needs about 6 panels; at 450 W, about 7. Your installer confirms the exact count based on the panels specified and the layout.পেনেলৰ ৱাটৰ ওপৰত নিৰ্ভৰ কৰে। ৫৫০ ৱাটৰ পেনেল হ'লে প্ৰায় ৬ খন আৰু ৪৫০ ৱাটৰ হ'লে প্ৰায় ৭ খন পেনেলৰ প্ৰয়োজন হয়। ছাদৰ জোখ আৰু লে-আউট অনুসৰি চূড়ান্ত সংখ্যা নিৰ্ধাৰণ কৰা হয়।
How much roof space does a 3 kW system need?৩ কিলোৱাট সৌৰ প্ৰণালীৰ বাবে ছাদত কিমান ঠাই লাগে?
As an indicative figure, allow roughly 300 sq ft of shadow-free roof, including access space. The exact area depends on panel wattage and layout, and is confirmed during a site survey.প্ৰায় ৩০০ বৰ্গফুট ছাঁ-মুক্ত ছাদৰ প্ৰয়োজন হয় (পেনেল পৰিষ্কাৰ কৰাৰ বাবে খোজ কঢ়া ঠাইকে ধৰি)। ছাইট পৰিদৰ্শনৰ সময়ত সঠিক স্থান নিশ্চিত কৰা হয়।
How much does a 3 kW system generate?৩ কিলোৱাট প্ৰণালীৰ পৰা কিমান বিদ্যুৎ উৎপাদন হয়?
Indicatively, at about 4 units per kW per day, a 3 kW system generates roughly 12 units a day — around 360 units a month. Actual output varies with location, season, shading and design.গড়ে প্ৰতি কিলোৱাটত ৪ ইউনিট হিচাপত, ৩ কিলোৱাট প্ৰণালীৰ পৰা দিনত প্ৰায় ১২ ইউনিট, মাহে প্ৰায় ৩৬০ ইউনিট আৰু বছৰি প্ৰায় ৪,৩০০ ইউনিট বিদ্যুৎ উৎপাদন হয়।
What does a 3 kW system cost?৩ কিলোৱাট প্ৰণালীৰ আনুমানিক খৰচ কিমান?
Cost depends on components, structure and installation, and is reduced by up to ₹78,000 central subsidy under PM Surya Ghar. Ask us for a customized quote for your roof.খৰচ নিৰ্ভৰ কৰে পেনেল, ইনভাৰ্টাৰ আৰু মাউণ্টিং ষ্ট্ৰাকচাৰৰ ওপৰত। পিএম সূৰ্য ঘৰ আঁচনিৰ অধীনত ₹৭৮,০০০ পৰ্যন্ত চৰকাৰী ৰাজসাহায্য লাভ কৰি খৰচ যথেষ্ট কম কৰিব পাৰি।
Is a 3 kW system enough for air conditioning?৩ কিলোৱাট প্ৰণালীৰে এচি (AC) চলাব পাৰিনে?
It can comfortably offset a 1.5-ton AC during daytime hours along with basic appliances. For continuous multiple AC usage, 5 kW is recommended.দিনৰ ভাগত এটা ১.৫ টন এচি আৰু ঘৰৰ অন্যান্য সঁজুলি চলাবলৈ ৩ কিলোৱাট উপযুক্ত। যদি একাধিক এচি দীৰ্ঘ সময় ধৰি চলে, তেন্তে ৫ কিলোৱাট ব্যৱস্থা লোৱাটো উচিত।
Sewaro Energy service informationSewaro Energy সেৱা তথ্য
Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।
Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।
Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।