Skip to contentমূল বিষয়বস্তুলৈ যাওক
Sewaro Energy
Sewaro EnergyGuwahati, Assamগুৱাহাটী, অসম

Solar Panel Area Calculator Calculate Shadow-Free Roof Area & Panel Layoutসৌৰ পেনেল ক্ষেত্ৰফল কেলকুলেটৰ (Solar Panel Area Calculator) ছাদৰ ক্ষেত্ৰফল আৰু পেনেল সংখ্যা নিৰ্ণয়

Estimate the number of solar panels, pure module area, and total shadow-free rooftop space required for your solar installation in Assam.আপোনাৰ প্ৰয়োজনীয় সৌৰ প্ৰণালীৰ বাবে ছাদত কিমানখন পেনেল বহিব আৰু কিমান বৰ্গফুট ছাঁ নপৰা ঠাইৰ প্ৰয়োজন হ'ব তাৰ নিৰ্ভুল হিচাপ চাওক।

Solar Panel Area Calculator

Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ

How much roof space do you need?আপোনাক কিমান ছাদৰ স্থান প্ৰয়োজন?

Choose a system size to estimate the number of panels, the panel area and the recommended shadow-free roof area.পেনেলৰ সংখ্যা, পেনেলৰ ক্ষেত্ৰফল আৰু ছাঁ-মুক্ত ছাদৰ পৰিসৰ জানিবলৈ প্ৰণালীৰ আকাৰ বাছক।

3 kW
Panels (550 W)পেনেল (550 ৱাট)
—
Panel areaপেনেলৰ ক্ষেত্ৰফল
—
Recommended roof areaপ্ৰয়োজনীয় ছাদৰ ক্ষেত্ৰফল
—

Estimated. Assumes 550 W panels of about 27.7 sq ft each and a roof allowance of 1.5× the panel area for access and maintenance. Actual space depends on panel dimensions, roof shape and layout.আনুমানিক হিচাপ। প্ৰতিটো 550 ৱাটৰ পেনেল প্ৰায় 27.7 বৰ্গফুট আৰু চলা-ফুৰা তথা ৰক্ষণাবেক্ষণৰ বাবে 1.5 গুণ অতিৰিক্ত ছাদৰ ঠাই ধৰা হৈছে।

How the Area Calculator Worksক্ষেত্ৰফল গণনাৰ নিয়ম

  1. 1. Panel Count: Total capacity (kW) is divided by modern high-wattage panel ratings (550 W+).১. পেনেলৰ সংখ্যা: মুঠ কিলোৱাট ক্ষমতাক উচ্চ ক্ষমতাসম্পন্ন পেনেলৰ ৱাট (৫৫০ ৱাট+) দ্বাৰা হৰণ কৰি পেনেলৰ সংখ্যা নিৰ্ধাৰণ কৰা হয়।
  2. 2. Net Panel Area: Total panel count multiplied by individual panel surface area (~27.7 sq ft per panel).২. পেনেল এলেকা: পেনেলৰ সংখ্যাক প্ৰতিখন পেনেলৰ আয়তন (প্ৰায় ২৭.৭ বৰ্গফুট) ৰে পূৰণ কৰা হয়।
  3. 3. Usable Roof Area: A buffer multiplier of 1.5× is added to include maintenance corridors, tilt angles, and wind corridors.৩. প্ৰয়োজনীয় ছাদৰ ঠাই: খোজকঢ়া পথ, দক্ষিণমুখী এংগেল আৰু সুৰক্ষাৰ বাবে ১.৫ গুণ বাফাৰ যোগ দি চূড়ান্ত ছাদৰ ঠাই নিৰ্ধাৰণ কৰা হয়।

Professional Roof Optimization by Sewaro EnergySewaro Energy-ৰ বিশেষজ্ঞ ছাদ পৰিকল্পনা

If your roof has water tanks, staircases, or shade from nearby trees, Sewaro Energy designs elevated super-structures to elevate panels above obstacles, creating an all-weather sheltered terrace while generating 100% clean solar energy.যদি আপোনাৰ ছাদত পানীৰ টেংকী, চিৰিঘৰ বা ওচৰৰ গছৰ ছাঁ থাকে, তেন্তে Sewaro Energy-য়ে ওখ এলিভেটেড ষ্ট্ৰাকচাৰ (Elevated Super Structure) নিৰ্মাণ কৰে। ইয়াৰ ফলত ছাদৰ তলৰ ঠাইখিনিও আন কামত ব্যৱহাৰ কৰিব পাৰি আৰু ছাঁ পৰাৰ সমস্যাও সম্পূৰ্ণ আঁতৰি যায়।

Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ

FAQপ্ৰশ্নোত্তৰ

Common questions সাধাৰণ প্ৰশ্নসমূহ

How much shadow-free roof area is required per 1 kW in Assam?অসমত প্ৰতি ১ কিলোৱাটৰ বাবে কিমান ছাঁ-মুক্ত ছাদৰ ঠাইৰ প্ৰয়োজন?

Roughly 100 sq ft of shadow-free rooftop space is required for each 1 kW of solar capacity. For example, a standard 3 kW residential system requires approximately 250 to 300 sq ft of clear roof space.প্ৰতি ১ কিলোৱাট সৌৰ প্ৰণালীৰ বাবে সাধাৰণতে প্ৰায় ১০০ বৰ্গফুট ছাঁ নপৰা ছাদৰ এলেকা লাগে। উদাহৰণস্বৰূপে, এটা মানক ৩ কিলোৱাট ঘৰুৱা প্ৰকল্পৰ বাবে প্ৰায় ২৫০ ৰ পৰা ৩০০ বৰ্গফুট পৰিস্কাৰ ছাদৰ প্ৰয়োজন হয়।

Can solar panels be installed on tin sheds or sloping roofs in Assam?অসমত টিনৰ চাল বা হেলনীয়া ছাদত সৌৰ পেনেল সংস্থাপন কৰিব পাৰিনে?

Yes. Solar panels can be installed on RCC concrete roofs, tin sheds, industrial metal roofs, and tiled structures using customized mounting structures engineered for local wind speeds.হয়। পকী RCC ছাদ, টিনৰ চাল, ঔদ্যোগিক টিনপাত আৰু হেলনীয়া চালত স্থানীয় বতাহৰ বেগ সহ্য কৰিব পৰাকৈ বিশেষ এলুমিনিয়াম মাউণ্টিং ষ্ট্ৰাকচাৰৰ সহায়ত সুৰক্ষিতভাৱে সৌৰ পেনেল সংস্থাপন কৰিব পাৰি।

Why is the recommended roof area larger than the panel dimensions?পেনেলৰ জোখতকৈ পৰামৰ্শিত ছাদৰ ঠাই কিয় বেছি হয়?

Because additional space is necessary for maintenance walkways, inter-row shadow clearance, safe cable trays, and easy washing of the panels for maximum efficiency.কাৰণ পেনেলসমূহ নিয়মীয়াকৈ পৰিস্কাৰ কৰিবলৈ খোজকঢ়া ঠাই, একাধিক শাৰীৰ মাজত ছাঁ নপৰিবলৈ দূৰত্ব, সুৰক্ষিত ৱায়াৰিং আৰু ৰক্ষণাবেক্ষণৰ বাবে অতিৰিক্ত ঠাইৰ প্ৰয়োজন হয়।

Check whether your roof is enough with a free surveyবিনামূলীয়া জৰীপৰ দ্বাৰা ছাদৰ উপযুক্ততা পৰীক্ষা কৰক

Share a few details and our team will help you size the right system. No obligation.তলত কেইটামান তথ্য দিয়ক আৰু আমাৰ বিশেষজ্ঞ দলে আপোনাৰ বাবে সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিব। কোনো বাধ্যবাধকতা নাই।

Chat on WhatsAppহোৱাটছএপত বাৰ্তালাপ কৰক

Your details are used only to respond to your enquiry. See our privacy policy.আপোনাৰ তথ্য কেৱল অনুসন্ধানৰ উত্তৰ দিবলৈ ব্যৱহাৰ কৰা হয়। আমাৰ গোপনীয়তা নীতি চাওক।

Sewaro Energy service informationSewaro Energy সেৱা তথ্য

Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।

Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।

Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।