Solar Panel Cleaning The Simplest Way to Boost Energy Outputসৌৰ পেনেল চাফা কৰাৰ নিয়ম (Solar Panel Cleaning) সৌৰ উৎপাদন সৰ্বোচ্চ কৰি ৰখাৰ সহজ আৰু কাৰ্যকৰী পদ্ধতি
Regular solar panel cleaning restores 15–20% of lost power from dust and environmental soiling. Learn the safest techniques, recommended schedules, and pitfalls to avoid in Assam.নিয়মীয়াকৈ সৌৰ পেনেল পৰিষ্কাৰ কৰিলে ধূলি আৰু মলিৰ বাবে হ্ৰাস পোৱা ১৫–২০% বিদ্যুৎ উৎপাদন পুনৰ লাভ কৰিব পাৰি। অসমৰ বতৰত সুৰক্ষিত চাফাই পদ্ধতি আৰু সাৱধানতাসমূহ জানক।

Why Clean Panels Produce More Electricityপৰিষ্কাৰ পেনেলে কিয় অধিক বিদ্যুৎ উৎপাদন কৰে
A dusty solar panel is functionally a shaded solar panel. Environmental soiling from roadside vehicular dust, industrial particulates, pollen, and bird droppings obstructs photon absorption at the silicon level. In Assam's dry season, regular cleaning every fortnight immediately recovers up to 15% to 20% in daily electricity generation.ধূলি-মলিৰে আবৃত এটি সৌৰ পেনেল ছাঁত থকাৰ দৰেই অপ্ৰয়োজনীয় হৈ পৰে। বাট-পথৰ ধূলি, ধোঁৱা আৰু চৰাইৰ বিষ্ঠাই সূৰ্যৰ পোহৰ চিলিকন চেলত প্ৰৱেশ কৰাত বাধা দিয়ে। অসমৰ শুকান দিনসমূহত প্ৰতি দুসপ্তাহৰ মূৰে মূৰে সাধাৰণ পানীৰে পেনেল চাফা কৰিলে দৈনিক উৎপাদন ১৫% ৰ পৰা ২০% পৰ্যন্ত বৃদ্ধি পায়।
Safe Cleaning: Step-by-Step Procedureসুৰক্ষিতভাৱে চাফা কৰাৰ পদক্ষেপসমূহ
- Choose the Right Time: Clean early in the morning before 8:00 AM or in the evening after 5:30 PM when modules are cold to avoid thermal shock.সঠিক সময় নিৰ্বাচন: পুৱা ৮ বজাৰ আগতে বা গধূলি ৫:৩০ বজাৰ পিছত যেতিয়া পেনেলসমূহ ঠাণ্ডা হৈ থাকে, তেতিয়াহে চাফা কৰক।
- Use Clean Water: Rinse the panels generously with clean, low-pressure tap water to loosen surface dust before wiping.পৰিষ্কাৰ পানী ব্যৱহাৰ: মোহাৰাৰ পূৰ্বে পেনেলৰ ওপৰত যথেষ্ট পৰিমাণৰ পৰিষ্কাৰ পানী ঢালি ধূলিসমূহ কোমল কৰি লওক।
- Soft Microfiber Squeegee: Gently wipe down with a telescopic soft-bristle solar brush or microfiber wiper. Never use metal scrapers.কোমল মাইক্ৰ'ফাইবাৰ বা মপ ব্যৱহাৰ: বিশেষ সৌৰ ব্ৰাছ বা কোমল কাপোৰেৰে পাতলকৈ মোহাৰি পৰিষ্কাৰ কৰক। কোনো ধৰণৰ চোকা সঁজুলি ব্যৱহাৰ নকৰিব।
- Prioritize Rooftop Safety: Always stand securely on the roof surface or use extension poles. Never stand, lean, or step onto the solar modules.ছাদৰ সুৰক্ষা প্ৰথমে: ছাদৰ নিৰাপদ স্থানত থিয় হৈ দীঘল পাইপযুক্ত ব্ৰাছ ব্যৱহাৰ কৰক। কেতিয়াও পেনেলৰ ওপৰত ভৰি নিদিব।
Things to Avoidযিবোৰ কাম কৰাৰ পৰা বিৰত থাকিব
- High-Pressure Washers: High-pressure water jets can breach edge seals and damage cell solder joints.উচ্চ চাপৰ ৱাটাৰ জেট: অত্যধিক চাপৰ পানীয়ে পেনেলৰ ছীল আৰু গ্লাছৰ সংযোগস্থানৰ ক্ষতি কৰিব পাৰে।
- Abrasive Scrubbers: Steel wool, wire brushes, or scouring pads permanently scratch the anti-reflective glass coating.খহটা বা তাঁৰৰ ব্ৰাছ: তাঁৰৰ জালেৰে ঘঁহিলে গ্লাছৰ ওপৰৰ এণ্টি-ৰিফ্লেক্টিভ স্তৰ চিৰদিনৰ বাবে নষ্ট হৈ পৰে।
- Chemical Cleaners & Detergents: Acidic solutions or bleach leave sticky residues that bake into the glass under hot sun.ৰাসায়নিক ডিটাৰজেণ্ট বা এচিড: ডিটাৰজেণ্ট বা এচিডে গ্লাছত দাগ পেলায় আৰু সৌৰ ৰশ্মি শোষণ ক্ষমতা কমাই দিয়ে।
Solar calculatorসৌৰ কেলকুলেটৰ
Estimate your system size and savings.আপোনাৰ প্ৰণালীৰ আকাৰ নিৰ্ণয় কৰক আৰু সঞ্চয়ৰ পৰিমাণ।
Use our calculators to estimate the system you need from your monthly bill, your generation, savings and payback period. Results are labelled estimates with their assumptions.মাহেকীয়া বিলৰ পৰা প্ৰয়োজনীয় প্ৰণালী, বিদ্যুৎ উৎপাদন, সঞ্চয় আৰু পেবেক সময়ৰ হিচাপ কৰক।
- System size calculatorপ্ৰণালীৰ আকাৰ কেলকুলেটৰ
- Savings calculatorসঞ্চয় কেলকুলেটৰ
- Generation calculatorউৎপাদন কেলকুলেটৰ
- Payback calculatorপেবেক কেলকুলেটৰ
- Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ
Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ
FAQপ্ৰশ্নোত্তৰ
Common questions সাধাৰণ প্ৰশ্নসমূহ
How often should I clean my rooftop solar panels in Assam?অসমত ৰুফটপ সৌৰ পেনেল কিমান দিনৰ মূৰে মূৰে চাফা কৰা উচিত?
During dry winter months and dusty periods in Guwahati, cleaning once every 2 to 3 weeks is recommended. During the monsoon season (June to September), natural heavy rainfall washes the panels automatically.গুৱাহাটী আৰু অসমৰ শুকান শীতকালত প্ৰতি ২–৩ সপ্তাহৰ মূৰে মূৰে পেনেল চাফা কৰা উচিত। বাৰিষাৰ সময়ত (জুনৰ পৰা ছেপ্টেম্বৰলৈ) ধাৰাসাৰ বৰষুণৰ ফলত পেনেলসমূহ স্বাভাৱিকভাৱেই চাফা হৈ থাকে।
Can I use household detergents or soap to clean panels?পেনেল ধুবলৈ চাৰ্ফ, ডিটাৰজেণ্ট বা চাবোন ব্যৱহাৰ কৰিব পাৰিনে?
No. Detergents and soaps leave a chemical film that attracts more dust and degrades the anti-reflective coating. Use only plain demineralized or clean tap water with a soft squeegee.একেবাৰেই নোৱাৰি। চাবোন বা ডিটাৰজেণ্টে পেনেলৰ গ্লাছত এক সূক্ষ্ম ৰাসায়নিক স্তৰ তৈয়াৰ কৰে যিয়ে অধিক ধূলি আকৰ্ষণ কৰে আৰু এণ্টি-ৰিফ্লেক্টিভ কোটিঙৰ ক্ষতি কৰে। কেৱল পৰিষ্কাৰ পানী আৰু কোমল মপ ব্যৱহাৰ কৰক।
Why shouldn't I clean solar panels in the middle of a sunny day?দুপৰীয়া তীব্ৰ ৰ'দ থকা সময়ত সৌৰ পেনেল কিয় ধুব নালাগে?
Under bright sunlight, solar panel glass heats up to 55°C–70°C. Spraying cold water causes thermal shock that can instantly crack or shatter the tempered glass and void warranty.তীব্ৰ ৰ'দত সৌৰ পেনেলৰ গ্লাছ ৫৫°C ৰ পৰা ৭০°C লৈ উত্তপ্ত হয়। এনে সময়ত ঠাণ্ডা পানী ঢালিলে থাৰ্মাল শ্বক (Thermal Shock) হৈ টেম্পাৰ্ড গ্লাছ ফাটি যাব পাৰে আৰু ইয়াৰ ফলত ৱাৰেণ্টি বাতিল হ'ব পাৰে।
Can I walk or stand on solar panels while cleaning?চাফা কৰাৰ সময়ত সৌৰ পেনেলৰ ওপৰত খোজ কাঢ়িব বা ভৰি দিব পাৰিনে?
Never step, kneel, or place heavy weight on solar panels. Doing so causes internal micro-cracks in the silicon cells, creating hidden hot spots that permanently destroy output.কেতিয়াও পেনেলৰ ওপৰত খোজ নাকাঢ়িব বা ভৰি নিদিব। এনে কৰিলে চিলিকন চেলৰ ভিতৰত মাইক্ৰ'-ক্ৰেক সৃষ্টি হয়, যিয়ে পেনেলৰ ভিতৰত হটস্পট তৈয়াৰ কৰি উৎপাদন ক্ষমতা স্থায়ীভাৱে ধ্বংস কৰে।
Sewaro Energy service informationSewaro Energy সেৱা তথ্য
Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।
Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।
Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।